কাজিৰঙাৰ এশিঙিয়া গঁড়ক সুৰক্ষা দিব SPECIAL RHINO PROTECTION FORCEএ। কাজিৰঙাৰ চোৰাং চিকাৰীক নিঃশেষ কৰিবলৈ সাজু হৈছে ৮২গৰাকী যোদ্ধা। ৮২জনীয়া এই দলটোত আছে ৮গৰাকী যুৱতীও। বছৰজোৰা প্ৰশিক্ষণৰ অন্তত সাজু কৰি তোলা হৈছে এই দলটো।
#NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Kaziranga,Kaziranga National Park,Rhino Protection Force,Rhino Poaching,Rhino Poachers,Assam,
0 Comments