Advertisement

After mega promotion, Zubeen Garg’s film Kanchanjangha all set to hit theatres tomorrow

After mega promotion, Zubeen Garg’s film Kanchanjangha all set to hit theatres tomorrow কাইলৈ ছবিঘৰলৈ আহিব জুবিন গাৰ্গৰ বহুচৰ্চিত চলচ্চিত্ৰ কাঞ্চনজংঘা। অন্তিম দিনটোতো প্ৰচাৰত ব্যস্ত হৈ থাকিল জুবিন গাৰ্গ। ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত আশিষ লৈ বাইক ৰেলীৰে কাঞ্চনজংঘাৰ প্ৰচাৰ সামৰিলে জুবিন গাৰ্গে। ২২ দিন ধৰি নিৰৱিচ্ছন্নভাৱে প্ৰচাৰ চলোৱাৰ পিছত আজি সম্পন্ন হ’ব কাঞ্চনজংঘাৰ প্ৰিমিয়াৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Zubeen Garg,Kanchanjangha,Kanchanjangha Promotion,Assam News,Assam,News Live,

Post a Comment

0 Comments